কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুলতাphu.lo.taMaterial Noun
বৰশী পানীত দিওতে ওপঙাই ৰখা ব্যৱস্থা এটা।
A buoyant device used to support something in water or another liquid.
- ফুলদানMaterial Noun
সজাবৰ কাৰণে ফুল ভৰাই ৰখা এবিধ খোলা পাত্ৰ৷
a open container, often used to hold cut flowers. It can be made from a number of materials including ceramics and glass. The vase & pot is often decorated and thus used to extend the beauty of its contents.
- ফুলদানিphul.da.niMaterial Noun
সজাবৰ কাৰণে ফুল ভৰাই ৰখা এবিধ খোলা পাত্ৰ৷
a open container, often used to hold cut flowers. It can be made from a number of materials including ceramics and glass. The vase & pot is often decorated and thus used to extend the beauty of its contents.
- ফুলনAbstract Noun
ফুলা বা প্ৰস্ফুটিত হোৱাৰ অৱস্থা
the state of flowering
- ফুলনিবাৰীphu.lo.ni.ba.riMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুলবাৰীphul.ba.riMaterial Noun
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
- ফুলমতীphul.mo.tiProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুলমালাphul.ma.laMaterial Noun
ফুল, মণি আদি সুতাৰে গাঠি তৈয়াৰ কৰা ডিঙিত পিন্ধা অলংকাৰ বিশেষ৷
a string of beads or flowers designed to be worn
- ফুলস্কেপphulaskepaNoun
সাধাৰণতে লিখিবলৈ ব্যবহাৰ কৰা এক বিশেষ আকাৰৰ কাগজ
foolscap
- ফুলাphulāTransitive verb
প্ৰস্ফুটিত কৰ্; ফুল্ ধৰা
to cause to flower
- ফুলাম-গামোচাphu.lam-ga.mo`.saMaterial Noun
A gamosa (the traditional Assamese towel) with lots of detailed handiworks.
- ফুলিহাphulihāNoun
কাপোৰ বওঁতে সূতাৰ মাজে মাজে দিয়া সৰু ছিৰী
small flat strips of bamboo used in a loom
- ফুলেশ্বৰীphu.le.swo.riProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুলেশ্বৰী কুঁৱৰীphu.le.swo.ri ku~.wo.riProper Noun
আহোম স্বৰ্গদেউ শিৱসিংহৰ অন্যতম প্ৰধান ভাৰ্য্যা৷ সাধাৰণ ঘৰৰ ফুলমতি পাচলৈ গৈ ৰাণী ফুলেশ্বৰী হৈছিল৷
Queen of King Shivasingha of Ahom kingdom.
- ফুলৰ চাকিphu.lor sa.kiMaterial Noun
বহুত ফুল একেলগ কৰি আকৰ্ষণীয়কৈ বন্ধা থোপা ৷
a bunch of flower arrange in an attractive way so that it can be carried in a ceremony or presented as a gift .
- ফুস্কাfus.kaMaterial Noun
আটা বা ময়দাৰে বনোৱা গোল আকৃতিৰ, মাজটো ফোপোলা এবিধ পাতলীয়া খাদ্য৷ ইয়াৰ ফোপোলা অংশত সিজোৱা আলুৰ সৰু চকল আৰু এবিধ টেঙা পানী সুমুৱাই দিয়া হয়৷
a small, round or oval shaped pastry of wheat flour. Made in the form of a hollow sphere and filled with pieces of boild potato and a savoury liquid. A popular street snack in India.
- ফুহুৰি-উগাৰphuhuri-ugāraNoun
অজীৰ্ণৰপৰা হোবা উগাৰ
fetid eructation due to indigestion
- ফুৰচৎphuracatNoun
অবকাশ; আজৰি
leisure
- ফুৰছৎphurachatNoun
অবকাশ; আজৰি
leisure
- ফুৰণphu.ronVerbal Noun
এঠাইৰ পৰা আন ঠাইলৈ যোৱা কাৰ্য্য|
A trip with visits to various places of interest for business, pleasure, or instruction