কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আক্ৰমণNoun
অপকাৰ কৰিবৰ মনেৰে খেদি ধৰা; বিৰোধভালে প্ৰবেশ কৰা; যুঁজ দিয়া
an attack; an invasion
- আক্ৰমণ-ক্ষমতাAbstract Noun
আক্ৰমণাত্মক ৰূপ ল`ব পৰা গুণ বা অৱস্থা
the state or quality of being aggressive
- আক্ৰমণকাৰীak.ro.mon.ka.riCommon Noun
যি আনক শাৰীৰিক ভাৱে বল প্ৰয়োগ কৰি অথবা মৌখিক ভাৱে সমালোচনা কৰি আঘাত কৰে।
One who tries to hurt someone physically by use of force or verbally by criticising.
- আক্ৰান্তAdjective
যাক আক্ৰমণ কৰা হৈছে; খেদি আহি ধৰা
attacked; seized
- আক্ৰান্তিNoun
(পু. অ.) পৰাক্ৰম। যেনে -"পৰম আক্ৰান্তে যেন যুঁজে দুই ষাণ্ড" (দশম); "সীতাৰ দেখিয়া হেন ক্ৰোধৰ আক্ৰান্তি" (শ. উত্তৰা-কাণ্ড)
force; power
- আক্ৰীড়a.kri.roMaterial Noun
খেলিবৰ বাবে ব্যৱহাৰ কৰা মুকলি পথাৰ৷
An open area specifically used for holding outdoor games
- আক্ৰোশākrośaNoun
পেটত ৰখা খং বা অনিষ্ট কৰিবলৈ ইচ্ছা; কক্ষা; কোপ; কপট
grudge; cherished ill-will
- আক্ৰোহākrohaNoun
পেটত ৰখা খং বা অনিষ্ট কৰিবলৈ ইচ্ছা; কক্ষা; কোপ; কপট
grudge; cherished ill-will
- আকৰākaraNoun
আদি-উৎপত্তিৰ স্হান; ধাতু আদি বস্ত্ত স্বাভাবিকতে উৎপত্তি হোবা ঠাই
a mine
- আকৰজMaterial Noun
বাণিজ্যিকভাৱে আহৰণ কৰিব পৰা পৰিমাণৰ ধাতু থকা কোনো প্ৰাকৃতিক বস্তু
An ore is a material that contains a metal in such quantities that it can be mined and worked commercially to extract that metal. The metal is usually contained in chemical combination with some other element in addition to various impurities.
- আকৰিকa.ko.rikMaterial Noun
বাণিজ্যিকভাৱে আহৰণ কৰিব পৰা পৰিমাণৰ ধাতু থকা কোনো প্ৰাকৃতিক বস্তু
An ore is a material that contains a metal in such quantities that it can be mined and worked commercially to extract that metal. The metal is usually contained in chemical combination with some other element in addition to various impurities.
- আকৰ্ষa.kor.xoAbstract Noun
লতাৰ সৰ্পিল আগ
Slender leafless shoot by which some climbing plants cling
- আকৰ্ষকākarṣakaNoun
যি আকৰ্ষণ কৰে; টানোতা
an attractor
- আকৰ্ষণNoun
টনা কাৰ্য্য; নিজৰ ফালে টানি অনা
attraction
- আকৱতিākawatiNoun
আকাৰ; ৰূপ; গঢ়
likeness; shape; form
- আখটিākhaṭiNoun
আওখটি।
- আখণ্ডলākhaṇḍalaNoun
ইন্দ্ৰ; যেনে-"তোমাক অৰ্চ্চিলা আসি দেব আখণ্ডল" (কীৰ্ত্তন-ঘোষা)
Indra, the king of heaven
- আখনাākhanāNoun
আখি।
- আখলākhalaNoun
ৰান্ধনি- চক থকা অৰ্থাৎ ভাত ৰন্ধা খোটালি
the cook-room of a kitchen
- আখলঘৰa.khol.ghorAbstract Noun
এটা ঘৰৰ যিটো কোঠাত ৰন্ধন কাৰ্য্য কৰা হয়।
the quarter of a house where cooking is carried out or designed for cooking food.