← ফুৰি যাওক

আক্ৰান্ত

অৰ্থ

1.

যাক আক্ৰমণ কৰা হৈছে; খেদি আহি ধৰা

attacked; seized

বিণ.

2.

পীড়িত; ব্যথিত

distressed

বিণ.

3.

অভিভূত; পৰাস্ত; যেনে-"পাবে ভিৰি তাক কৰি আক্ৰান্ত; লৈলন্ত উপাৰি হস্তীৰ দান্ত" (কীৰ্ত্তন-ঘোষা)

overcome; overpowered

বিণ.

4.

(পু. অ.) পৰাক্ৰম। যেনে -"পৰম আক্ৰান্তে যেন যুঁজে দুই ষাণ্ড" (দশম); "সীতাৰ দেখিয়া হেন ক্ৰোধৰ আক্ৰান্তি" (শ. উত্তৰা-কাণ্ড)

force; power

বি.

সমাৰ্থক শব্দ

5.

প্ৰবল ইচ্ছা; লোভ; যেনে-"মৱগক দেখিয়া যেন সিংহৰ আক্ৰান্তি" (দ্ৰোণপৰ্ব্ব)

intense desire; convetousness

বি.

সমাৰ্থক শব্দ

6.

প্ৰবল চেষ্টা বা শ্ৰম; যুঁজ-বাগ; যেনে-"এড়াইবাক লাগি কৰে অনেক আক্ৰান্তি" (বক্ৰবাহনৰ যুদ্ধ)

great effort; struggle

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আক্ৰান্ত · অসমীয়া অভিধান