কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাছনিকba.so.nikProper Adj.
মুখেৰে কোৱা বা মুখ সমন্ধীয়
Of or relating to or affecting or for use in the mouth
- বাজbājaNoun
বাহিৰফালে
the outside
- বাজুবাbājubāAdjective
বাজৰ; বাহিৰৰ; ভিতৰুবাল নহয়
belonging to the outside; coming from outside
- বাজুৱাba.ju.waProper Adj.
মূল বিষয় অথবা পৰিসৰৰ বাহিৰৰ|
Happening or arising or located outside or beyond some limits or especially surface.
- বাজেbājeAdjective
সম্পৰ্ক নথকা, অলাগতিয়াল
unconnected
- বাজে-মাৰ্কাbāje-mārkāAdjective
নৰম বিধৰ; নিকৱষ্ট (মাল আদি); আচল নোহোবা
not genuine or real; of ordinary or inferior quality
- বাজেয়াপ্তbājeẏāptaAdjective
চৰকাৰৰ অধিকাৰলৈ যোবা; চৰকাৰে হস্তগত কৰা (মাল)
confiscated to the state (as property)
- বাজৰba.jorProper Adj.
মূল বিষয় অথবা পৰিসৰৰ বাহিৰৰ|
Happening or arising or located outside or beyond some limits or especially surface.
- বাঞ্ছনীয়Adjective
প্ৰাৰ্থনীয়; ইচ্ছা কৰিবৰ যোগ্য
fit to be desired
- বাঞ্ছাকাৰীban.sa.ka.riProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- বাঞ্ছিতAdjective
পাবলৈ কামনা কৰা (বস্ত্ত); ঈপ্সিত; অভিলষিত; অভিলাষ কৰা
desired; wished for
- বাট-ফেঁৰা লগাbat-phe~.ra lo.gaProper Adj.
অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।
unable to decide with uncertainty or doubt.
- বাটলুগুটীয়াAdjective
বাটলুগুটিৰ সদৱশ আৰু সমান
of the size of a pellet
- বাটৰুবাAdjective
পথিক; ভ্ৰমণকাৰী; পথিক
a way-faring; travelling
- বাণিজ্যিকba.ni.jyikProper Adj.
বেহা-বেপাৰ, বাণিজ্য আদিৰ সৈতে জড়িত।
connected with trade, commerce or merchants.
- বাণীকান্তProper Adj.
যুক্তিৰে মনত লগাকৈ কথা ক’ব পৰা লোক |
Having or exercising the power of fluent, forceful, and appropriate speech.
- বাত- গ্ৰস্তAdjective
বাত ৰোগে ধৰা
suffering from gout
- বাতানুকূলকৃতba.ta.nu.kul.kri.toProper Adj.
বতাহ প্ৰয়োজন অনুসাৰে ঠাণ্ডা বা গৰম কৰি ৰখা অৱস্থাত থকা (কোঠা, বাহন আদিত)৷
(in a room or car/bus/train/aircraft etc.) where the air is cooled or dried according to need.
- বাতিলbātilaAdjective
অগ্ৰাহ্য; যেনে-"চুক্তি বাতিল হ'ল"
rejected; ineffective
- বাতুলbātulaAdjective
বলিয়া
mad.