← ফুৰি যাওক

বাট-ফেঁৰা লগা

bat-phe~.ra lo.ga

অৰ্থ

1.

অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।

unable to decide with uncertainty or doubt.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাট-ফেঁৰা লগা · অসমীয়া অভিধান