← ফুৰি যাওক

বাজ

bāja

অৰ্থ

1.

বাহিৰফালে

the outside

বি.

2.

বাহিৰত থকা; বাহিৰৰ; ওলাই যোবা

external; outward

বিণ.

3.

নিজ ঘৰৰ নোহোবা; সম্পৰ্ক নথকা

not one's own; unconnected

বি.

4.

ব্যক্ত; প্ৰচাৰিত; লোকে জনা

made public

বি.

5.

পৱথক; বেলেগ

separate

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ