কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জিনীয়ji.ni.yoProper Adj.
জিন অথবা বংশগতি সম্বন্ধীয়
Of genes or hereditory information
- জিন’মিক্Proper Adj.
জিনম সম্পৰ্কীয় বা জিনমত থকা
of or in a genome
- জিবা-কটাAdjective
বস্ত্ত দেখিলেই চাকি চোবা বা খাব খোজা; লুভীয়া
greedy
- জিলকাProper Adj.
জিলিকি থকা
Shining and flashing with light.
- জিলজিলিয়াjil.ji.li.yaProper Adj.
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
through which light passes
- জিলমিলীয়াjil.mi.liyaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- জিল্মিলীয়াAdjective
জল্মলীয়া।
- জিয়াদাjiẏādāAdjective
অধিক; অতিৰিক্ত
excessive; much
- জিৰণীয়াAdjective
জিৰণি লোবা; জিৰোবা; বিশ্ৰাম কৰা
resting
- জিৰিলি-জিপিৰিjirili-jipiriAdjective
তিতি-বুৰি জুৰুলি-জুপুৰি।
- জিৰোৱাji.ro`.waVerbal Adj.
জিৰণি লৈ বা জিৰাই থকা
one who is in rest or taking rest
- জীণjīṇaAdjective
জহি বা পৰিপাককৈ শৰীৰত লয় পোবা (আহাৰ)
digested
- জীপলjīpalaAdjective
ৰসযুক্ত; যেনে-"ভাত খালে মুখখন জীপল হয়"
fresh; healthy
- জীপালjīpālaAdjective
ৰসযুক্ত; যেনে-"ভাত খালে মুখখন জীপল হয়"
fresh; healthy
- জীপ্জীপীয়াAdjective
জীপ থকা; ৰস থকা; জেকা
damp; moist
- জীবন্তjībantaAdjective
জীয়াই থকা; জীয়া; প্ৰাণ থকা
living
- জীবন্মুক্তjībanmuktaAdjective
জীয়াই থাকোঁতেই পুণ্যৰ বলত সকলো পাপ খণ্ডাই কৰ্ম্মবন্ধৰ হাত সৰা; অতিশয় পুণ্যাত্মা
attaining deliverance from sins while living
- জীবন্মৱতjībanmawataAdjective
জীয়াই থাকোঁতেই মৰা যেন
dead though living
- জীবিতjībitaAdjective
নমৰি থকা; জীয়া; প্ৰাণ থকা
living; alive
- জীয়ঁতjīẏam̐taAdjective
একেবাৰেই নতুনকৈ ধৰা; সম্পূৰ্ণ জীয়াই থকা; যেনে-জীয়ঁত মাছ
fresh (fish)