জীণ
jīṇa
অৰ্থ
1.
জহি বা পৰিপাককৈ শৰীৰত লয় পোবা (আহাৰ)
digested
বিণ.
2.
(পু. অ.) দুৰ্ব্বল হোবা; যেনে -"ভকতৰ কান্দন্তে শৰীৰ ভৈল জীণ" (মা. ক., অযোধ্যাকাণ্ড)
worn out
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ