← ফুৰি যাওক

জীবন্ত

jībanta

অৰ্থ

1.

জীয়াই থকা; জীয়া; প্ৰাণ থকা

living

বিণ.

2.

জীয়াই থকা অবস্হা; প্ৰাণ থকা অবস্হা

state of being alive; existence; life

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জীবন্ত · অসমীয়া অভিধান