কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মুকাmukāIntransitive verb
মুক্ত হ (ৰোগৰপৰা)।
- মুকুটিয়াTransitive verb
মুকুটি মাৰ্; মুঠি মৰা হাতেৰে গালত আঘাত কৰ্
to strike with the fist on the face
- মুক্ত কৰ্muk.to korVerb-Trans.
To relieve of a burden, obligation, or restraint
- মুক্ত-কণ্ঠেmukta-kaṇṭheAdverb
ডিঙি মেলি; ডাঙৰ মাতেৰে; স্পষ্টৰূপে; নিঃসন্দেহে
loudly; clearly; boldly
- মুক্তভাৱেAdverb
আনৰ প্ৰভাৱ বা নিয়ন্ত্ৰণ নোহোৱাকৈ
without being influenced or controlled by others
- মুক্তহস্তেmuk.to.hos.teAdverb
খোলা মনেৰে বাধা নোপোৱাকৈ কৰা ৷
In a free manner without any hurdle.
- মুক্তি দেmuk.ti deVerb-Trans.
To relieve of a burden, obligation, or restraint
- মুক্তিপ্ৰাপ্তVerbal Adj.
যাক বা যিটোক প্ৰকাশ, ব্যৱহাৰ বা বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা হৈছে
(something) that has been granted permission, as to publish, use, or sell
- মুক্তিলাভVerbal Noun
কিতাপ, চিনেমা আদি সাধাৰণ পঠন বা দৰ্শনৰ বাবে মুকলি কৰা কাৰ্য্য।
the act of issueing books, films etc. for general exhibition or availability.
- মুক্তৰূপেmuk.to.ru.peAdverb
সকলোৱে দেখাকৈ বা জনাকৈ কৰা
done or carried out with the knowledge of everyone
- মুখ ওন্দোলাmukh o`n.do`.laVerb-Intran.
মুখখন ফুলাই ৰাখি অসন্তুষ্টি প্ৰকাশ কৰ্
to express displeasure by thrusting out the lips, or by a gloomy silence or reserve
- মুখ ওফোন্দাmukh o.pho’n.daVerb-Intran.
মুখখন ফুলাই ৰাখি অসন্তুষ্টি প্ৰকাশ কৰ্
to express displeasure by thrusting out the lips, or by a gloomy silence or reserve
- মুখ চুপতিVerbal Noun
সৰু বা সামান্য কথাত মুখে-মুখে লগা কাজিয়া
a slight or petty oral quarrel
- মুখ বাগৰ্mukh ba.gorVerb-Trans.
এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
(a news) to pass from place to place, from person to person
- মুখ বিকটাmukh bi.ko.taVerb-Intran.
to distort the face in disgust or to amuse.
- মুখ বিদৰাmukh bi.do.raVerb-Intran.
to distort the face in disgust or to amuse.
- মুখ ভেঙুচাmukh bhe.ngu.saVerb-Intran.
বিদ্ৰুপ বা ইতিকিং কৰি মুখ বেঁকা কৰ্
to smile, laugh, or contort the face in a manner that shows scorn or contempt
- মুখ মাৰ্
নিমাত হ; কথা নোকোবা হ
to be silent
- মুখ যুঁজাmukh ju~.jaVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- মুখ সিকটাmukh xi.ko.taVerb-Intran.
to distort the face in disgust or to amuse.