← ফুৰি যাওক

মুখ মাৰ্

অৰ্থ

1.

নিমাত হ; কথা নোকোবা হ

to be silent

2.

মুখ আমোলা; বেজাৰত মুখ মলিন কৰ্; মন মাৰ্

to be morose; to be dejected

অক. ধা.

3.

নিমাত কৰ্; কথা ক'ব নোবৰা কৰ্

to put to silence

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ