কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আদালত অৱমাননাa.da.lot o.wo.ma.no.naVerbal Noun
আদালতৰ ৰায় নমনা দোষ,আদালতৰ বিৰুদ্ধ কোৱা দোষ ।
the crime of refusing to obey an order made by a court,not showing respect for a court or judge.
- আদায় কৰ্a.day korVerb-Intran.
কোনো উৎসৰ পৰা (আনন্দ, আৰাম, আদি) আহৰণ কৰ্ বা পা
to derive or obtain (pleasure, comfort, etc.) from a particular source
- আদায় হa.day hoVerb-Trans.
কোনো বস্তুৰ পৰিমাণ বা যোগান নোহোৱা হ
to get empty of any quantity or supply of something
- আদিগন্তVerbal Adj.
up to the horizon.
- আদিতেa.di.teAdverb
সকলোৰে বা সকলোতকৈ আগত থকা, অহা বা হোৱা৷
Come in the first place before anything/anyone else.
- আদেশ দেa.dex dhu.kum deVerb-Trans.
to instruct to do something as a higher authority
- আদেশানুযায়ীAdverb
যিমতে আদেশ বা আজ্ঞা দিয়া হৈছে, তেনেদৰে
as directed or as per order
- আদৌādauAdverb
আৰম্ভণতে; সকলোতকৈ আগতে
at first; in the beginning
- আদ্যতেAdverb
প্ৰথমতে।
- আদ্যন্তādyantaAdverb
আৰম্ভৰপৰা শেহলৈকে; আগৰপৰা গুৰিলৈকে
from the beginning to the end
- আদ্ৰ হa.dro hoVerb-Intran.
পানী পৰ্ বা পানীত পৰি যা
to get soaked in water
- আদৰ কৰ্a.dor korVerb-Trans.
(কোনো ব্যক্তিৰ প্ৰতি) এক অতি গভীৰ, কোমল, অপ্ৰকাশ্য ধৰণৰ চেনেহ আৰু আকৰ্ষণ অনুভৱ কৰা
To have a deep, tender, ineffable feeling of affection and solicitude toward (a person)
- আদৰ-সাদৰকৈa.dor-xa.dor.koiAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- আদৰঃādaraḥNoun
প্ৰশংসা; শলাগ; গুণ লোবা; ভাল বুলি স্বীকাৰ কৰণ
appreciation
- আদৰণীa.do.ro.niVerbal Noun
ঘৰলৈ বা আন কোনো অনুষ্ঠানলৈ অহা মানুহক কৰা সম্ভাষণ |
The manner in which someone is greeted.
- আদৰ্a.dorVerb-Trans.
(কোনো ব্যক্তি, অতিথি আদিৰ) আগমনত আনন্দেৰে সম্ভাষণ জনা
to greet the arrival of (a person, guests, etc.) with pleasure or kindly courtesy
- আদৰ্শায়নVerbal Noun
কোনো ব্যক্তি বা বস্তুক নিখুঁত বুলি গণ্য কৰা বা চিত্ৰিত কৰা কাৰ্য্য
the action of regarding or portraying some person or thing as perfect
- আদৰ্শীকৰণVerbal Noun
কোনো ব্যক্তি বা বস্তুক নিখুঁত বুলি গণ্য কৰা বা চিত্ৰিত কৰা কাৰ্য্য
the action of regarding or portraying some person or thing as perfect
- আধা-সিজাa.dha-xi.jaVerbal Adj.
ভালকৈ নিসিজা বা কম সময়ৰ বাবে সিজোৱা
not boiled properly or boiled for a short period
- আধানযুক্তa.dhan.juk.toVerbal Adj.
ধনাত্মক অথবা ঋণাত্মক বৈদ্যুতিক আধানৰ আধিক্য থকা কোনো কণা, বস্তু বা প্ৰণালী ৷
Of a particle or body or system; having a net amount of positive or negative electric charge.