আদৰঃ
ādaraḥ
অৰ্থ
1.
প্ৰশংসা; শলাগ; গুণ লোবা; ভাল বুলি স্বীকাৰ কৰণ
appreciation
বি.
2.
সম্মানেৰে কৰা চেনেহ; ভক্তি; শ্ৰদ্ধা; শিষ্টাচাৰ
respectful affection; courtesy
বি.
3.
সম্মান কৰি মাতি বা আগ বঢ়াই আন্; সম্মান কৰ্; পূজা কৰ্
receive with civility; respect; adore
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ