কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূৰণNoun
ঘূৰা কাৰ্য্য
the act of revolving or turning
- ঘূৰণিNoun
ঘূৰা কাৰ্য্য
act of turning or revolving
- ঘূৰণীয়া কৃমিghu.ro.ni.ya kri.miCommon Noun
দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত, নলীসদৃশ আৰু দুই প্ৰান্ত জোঙা নাইবা সূতাৰ আকৃতিৰ পেলু জাতীয় প্ৰাণীৰ এক পৰ্ব
a phylum including the nematodes and horsehair worms, which are all more or less wormlike animals with a cylindrical unsegmented body covered by an ectoderm without cilia that secretes an external cuticle
- ঘূৰণীয়া পেলুghu.ro.ni.ya pe.luCommon Noun
দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত, নলীসদৃশ আৰু দুই প্ৰান্ত জোঙা নাইবা সূতাৰ আকৃতিৰ পেলু জাতীয় প্ৰাণীৰ এক পৰ্ব
a phylum including the nematodes and horsehair worms, which are all more or less wormlike animals with a cylindrical unsegmented body covered by an ectoderm without cilia that secretes an external cuticle
- ঘূৰা-ঘূৰিghūrā-ghūriNoun
অহা-যোবা
coming and going back often; moving hither and thither
- ঘূৰিghūriNoun
মেখেলাৰ সদৱশ কিন্ত্ত ওপৰ অৰ্থাৎ কঁকালৰ ফালে কোঁচ থকা মতাই ভাবনা আদিত পিন্ধা এবিধ কাপোৰ; ঘাগৰি
a petticoat worn by males on occasions
- ঘূৰীghu.riMaterial Noun
তিৰোতাই মেখেলাৰ তলত পিন্ধা এবিধ ঘূৰি|
Undergarment worn bye women under a skirt/mekhela.
- ঘূৰীয়াghūrīẏāNoun
আঁঠুবাৰ অভাবত চাৰিওফালে ঘূৰাই আঁঠুবাৰ নিচিনাকৈ আঁৰি দিয়া কাপোৰ
a cloth shaped into a temporary mosquito curtain
- ঘূৰ্ ঘূৰ, ঘূৰ্ঘূৰghūr, ghūra, ghūrghūraNoun
সৰু চকৰি বা চেপেটা বস্ত্ত বৰ বেগেৰে ঘূৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a whirling sound
- ঘূৰ্ঘূণাghūrghūṇāNoun
ল'ৰাই ধেমালি কৰিবলৈ শলাৰ মূৰত ফুল, গছৰ গুটি আদি বিন্ধি লৈ তাক বতাহত ফুৰাবলৈ যুগুত কৰি লোবা সঁজুলি
a kind of toy
- ঘূৰ্ঘূৰণিNoun
ঘূৰ্ঘূৰ্ শব্দ কৰা কাৰ্য্য; অক. ধা. ঘূৰ্ঘূৰা ঘূৰ্ঘূৰ্ শব্দ কৰ্।
- ঘূৰ্ঘূৰীghūrghūrīNoun
সৰু চকৰি
a small wheel
- ঘূৰ্ঘূৰী যন্ত্ৰghur.ghu.ri jon.troMaterial Noun
এটা চকা যাৰ ওপৰেদি এডাল ৰছি পাৰ কৰি কোনো গধুৰ বস্তু ডাঙিবলৈ ব্যৱহাৰ কৰা হয়৷
a wheel over which a rope etc passes for lifting things
- ঘূৰ্ণকghur.nokMaterial Noun
বৈদ্যুতিক মটৰ বা ডাইনেম’ৰ ঘূৰ্ণীয়মান অংশ৷
the rotating part of an electric motor or dynamo
- ঘূৰ্ণনghur.nonAbstract Noun
নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকা কাৰ্য্য
the act of rotating around its own axis
- ঘূৰ্ণনাক্ষghur.no.na.khyoAbstract Noun
বস্তু যি অক্ষ অক্ষ সাপেক্ষে ঘূৰে৷
Axis about which an object keeps rotating.
- ঘূৰ্ণবায়ুghūrṇabāẏuNoun
ঘূৰি ঘূৰি চলা ধুমুহা বতাহ
a cyclone
- ঘূৰ্ণাক্ষবীক্ষণghur.ni.khyo.bi.khyonCommon Noun
AN APPARATUS WITH FLY WHEEL TURNING RAPIDLY, KEEPING THE DIRECTION OF THE AXIS UNCHANGED in spite of movements of the mountings and surrounding parts: used to maintain equilibrium, determine direction, etc.
- ঘূৰ্ণাৱৰ্তghur.na.wor.toAbstract Noun
কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।
Circular motion of a liquid or gas.
- ঘূৰ্ণীবতাহghur.ni.bo.tahAbstract Noun
অতি জোৰে বলা পকোৱা বতাহ
a strong cyclic wind