← ফুৰি যাওক

ঘূৰ্ঘূৰী

ghūrghūrī

অৰ্থ

1.

সৰু চকৰি

a small wheel

বি.

2.

দুবাৰ ঘূৰিবলৈ তাৰ থিয় খবুবাৰ তলত দিয়া গাঁঠি থকা যাঁহ বা খোলনি থকা কাঠ

a joint of bamboo or a piece of wood with a depression in the centre on which a hingeless door rests and revolves

বি.

3.

যন্ত্ৰ বি. কপিকল।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ