কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰৈ-বৈ যোৱাroi-boi jo`.waProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed
- ৰৈখিকroi.khikProper Adj.
ৰেখাৰ দ্বাৰা বুজোৱা বা ৰেখা সম্বন্ধীয়
pertaining to or represented by lines
- ৰৈয়তraiẏataAdjective
হাবি কাটি সমান আৰু পৰিষ্কাৰ কৰা (আলি বা মাটি)
reclaimed or freed from jungle; cleared
- ৰোগক্লিষ্টro`.go.klis.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ৰোগগ্ৰস্তro`.go.gros.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ৰোগপীড়িতro`g.pi.ri.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ৰোগাক্ৰান্তro`.ga.kran.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ৰোগাবিষ্টrogābiṣṭaAdjective
ৰোগগ্ৰস্ত।
- ৰোগাৰ্তrogārtaAdjective
ৰোগগ্ৰস্ত; ৰোগৰপৰা কষ্ট পোবা
afflicted with or suffering from disease
- ৰোগাৰ্ত্তrogārttaAdjective
ৰোগগ্ৰস্ত; ৰোগৰপৰা কষ্ট পোবা
afflicted with or suffering from disease
- ৰোগাৱিষ্টro`.ga.wis.toProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- ৰোগীrogīAdjective
পীড়িত; ৰুগীয়া
diseased
- ৰোচকAdjective
ৰুচিকৰ; ৰুচি বা সোবাদ লগোবা
creating relish for food; palatable
- ৰোচকrocakaAdjective
যিটো ভালো লাগে; ৰুচিকৰ।
- ৰোদনপূৰ্ণro`.don.pur.noProper Adj.
চকুপানীৰে ভৰা (চকু)
(eyes) full of tears for an expressed unhappy event
- ৰোপিতropitaAdjective
এঠাইৰপৰা খানি বা উঘালি নি আন ঠাইত ৰোবা; স্হাপিত; . "ৰুপিত" চোবাঁ।
planted; transplanted
- ৰোবাতীrobātīAdjective
ধান ৰোবা; ৰুপিত
cultivated with rice
- ৰোমহৰ্ষকro`.mo.hor.xokProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ৰোমাঞ্চকro’.man.sokProper Adj.
কোনো আচৰিত কথাৰ দ্বাৰা বা আন কোনো কাৰণে গাৰ নোম শিয়ৰি উঠা |
Cause (someone's) hair to stand on end and to have goosebumps.
- ৰোমাঞ্চকৰAdjective
গাৰ নোম শিয়ৰি উঠা বিস্ময়কৰ; যেনে-"অৰ্জ্জুনৰ ৰোমাঞ্চকৰ অদ্ভূত সম্বাদ শুনিলো" (ক. গী.)।