ৰৈয়ত
raiẏata
অৰ্থ
1.
হাবি কাটি সমান আৰু পৰিষ্কাৰ কৰা (আলি বা মাটি)
reclaimed or freed from jungle; cleared
বিণ.
2.
বেয়া শাসনৰপৰা মুক্ত; সুখিৰ হোবা; দুষ্টক দমি সুস্হিৰ কৰা (দেশ)
free from lawlessness
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ