কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পাশবিকpāśabikaAdjective
পশু-সম্বন্ধীয়; পশুৰ নিচিনা বা তুল্য; অমানুষিক
brutal; inhuman
- পাশালpāśālaAdjective
পাশা খেলিবলৈ ভাল পোবা
fond of dice playing
- পাশ্চাত্ত্যpāścāttyaAdjective
পৱথিবীৰ পশ্চিম ভাগৰ দেশৰ অৰ্থাৎ ইউৰোপৰ
Western
- পাশ্চাত্যpāścātyaAdjective
পৱথিবীৰ পশ্চিম ভাগৰ দেশৰ অৰ্থাৎ ইউৰোপৰ
Western
- পাশৱpa.xobProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পাশৱিকpa.xo.bikProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- পাষাণpāṣāṇaNoun
শিল
a stone
- পাষাণ-হৃদয়pa.xan-hri.doyProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- পাহাৰীAdjective
পৰ্ব্বতীয়া।
- পাহাৰীয়াpa.ha.ri.yaProper Adj.
পাহাৰৰ বা বহু পাহাৰ থকা
Of the hills or having many hills
- পাহুবালpāhubālaAdjective
বলী; শকত
strong; stout
- পাহুৱালpa.hu.walProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- পাৰ-চকুবাAdjective
পাৰৰ চকুৰ নিচিনা; ঘূৰণীয়া।
- পাৰকAdjective
নিপুণ; দক্ষ; সমৰ্থ
capable; skilful
- পাৰগAdjective
নিপুণ; দক্ষ; সমৰ্থ
capable; skilful
- পাৰত্ৰিকpāratrikaAdjective
মৱত্যু হোবাৰ পাছৰ; পৰকাল-সম্পৰ্কীয়
relating to the next world
- পাৰদৰ্শীpāradarśīAdjective
অন্ত বা তলিলৈকে দেখা; ভালকৈ জনা (মানুহ)
well-versed
- পাৰভঙাpar.bho.ngaProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed
- পাৰমাণবিকpāramāṇabikaAdjective
পৰমাণুসম্বন্ধীয়।
- পাৰমাণৱিকpa.ro.ma.no.bikProper Adj.
পৰমাণুৰ পৰা উৎপন্ন শক্তি সম্পন্ন বা তেনে শক্তি সম্পৰ্কীয়
Of or employing nuclear energy