পাৰমাণৱিক
pa.ro.ma.no.bik
অৰ্থ
1.
পৰমাণুৰ পৰা উৎপন্ন শক্তি সম্পন্ন বা তেনে শক্তি সম্পৰ্কীয়
Of or employing nuclear energy
প্ৰকৃত বিশেষণ
2.
পৰমাণুৰ বা পৰমাণু সম্পৰ্কীয়
Of or relating to an atom or atoms.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ