পাৰ-চকুবা
অৰ্থ
1.
পাৰৰ চকুৰ নিচিনা; ঘূৰণীয়া।
বিণ. বিণ.
2.
শোভাৰ নিমিত্তে কোনো বস্ত্ত কাটি সজা পাৰৰ চকুৰ নিচিনা ঘূৰণীয়া কাৰুকাৰ্য্য
circular ornamentations engraved on anything
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ