কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অগ্ৰহণীয়agrahaṇīẏaAdjective
গ্ৰহণৰ অনুপযুক্ত
unfit for acceptance
- অগ্ৰাভিমুখীProper Adj.
ওপৰৰ ফালে বা শীৰ্ষৰ দিশে বাঢ়ি যোৱা
developing upward, toward the apex
- অগ্ৰাহ্যagrāhyaAdjective
ল'বৰ বা বিশ্বাসৰ অযোগ্য
not fit to be accepted or belieed; rejected
- অগ্ৰিমagrimaAdjective
আগেয়ে দিয়া বা দিব লগা
paid or to be paid in advance
- অগ্ৰ্যProper Adj.
ভেঁটি বা মূলাধাৰৰ বা তাৰ সৈতে সম্পৰ্ক থকা
Of or relating to the foundation or base
- অগ্ৰৱৰ্তীog.ro.bor.tiProper Adj.
বাব, গুৰুত্ব বা স্থানত সকলোতকৈ আগত ৷
Before anything else in rank, importance, or position.
- অগ্ৰৱৰ্ত্তীog.ro.bor.tiProper Adj.
বাব, গুৰুত্ব বা স্থানত সকলোতকৈ আগত ৷
Before anything else in rank, importance, or position.
- অগঢ়ীagaṛhīAdjective
গঢ় নোহোবা; অশবাৰনী; কুৰূপ
ugly
- অগৰ্দামীagardāmīAdjective
প্ৰচুৰ; যথেষ্ট; ওবাদানি
abundant
- অগৰ্বীagarbīAdjective
অহঙ্কাৰহীন; নম্ৰ; যাৰ গপ নাইকিয়া
not proud; mild; meek
- অগৰ্ব্বীagarbbīAdjective
অহঙ্কাৰহীন; নম্ৰ; যাৰ গপ নাইকিয়া
not proud; mild; meek
- অগৰ্হিতagarhitaAdjective
অনিন্দিত; নিন্দিত নোহোবা; বেয়া নোবোলা
not blameable; not censured
- অঘটনীয়o.gho.to.ni.yoProper Adj.
কিবা সঁচা হোৱা বা ঘটিবৰ সম্ভাৱনা নথকা৷
something that can never happen or exist
- অঘনaghanaAdjective
ঘন নোহোবা; পাতল
thin
- অঘবন্তaghabantaAdjective
পাপ থকা; পাপী
sinful
- অঘাইটংo.ghai.tongProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.
- অঘাইতaghāitaAdjective
অতিপাত; মহা (সদায় বেয়া ভাবত)
extreme; inveterate; violent
- অঘাইতংaghāitamAdjective
অতিপাত দুষ্ট; দুৰ্ব্বৱত্ত।
- অঘাৰিবকাৰিo.gha.ri.bo.ka.riVerbal Adj.
অৰ্থহীন আঁক-বাঁক কৰা (উপহাস কৰা অৰ্থত)
covered with meaningless writing or marks (in ridicule)
- অঘিণaghiṇaAdjective
ঘিণ বা বিক্চিনা নথকা; তুচ্ছ বা হেয় জ্ঞান নকৰা
having no abhorrence or hatred; having no disregard