কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বান্দৰামিban.do.ra.miVerbal Noun
বান্দৰৰ দৰে আচৰণ বা চিন্তা; তুলুঙা বা গাম্ভীৰ্য্যহীন আচৰণ
lack of depth of thought, feeling or behaviour; resembling the nature of a monkey
- বান্দৰালি কৰ্ban.do.ra.li.korVerb-Trans.
to imitate somebody (not in a very good way) to make fun. (disapproving)
- বান্ধ পেলা, বান্ধ থbāndha, pelā, bāndha, thaIntransitive verb
বাজি মাৰ্
to lay wager
- বান্ধত পেলাban.dhot pe.laVerb-Trans.
to make to do something by moral duty, by force of law etc.
- বান্ধি থban.dhi thoVerb-Trans.
ৰছী, পঘা বা ফিটাৰে মেৰিয়াই ধৰি ৰাখ্
to secure with or as if with a cord, rope, or strap
- বান্ধি ৰাখban.dhi rakhVerb-Trans.
ৰছী, পঘা বা ফিটাৰে মেৰিয়াই ধৰি ৰাখ্
to secure with or as if with a cord, rope, or strap
- বান্ধ্bāndhTransitive verb
আবদ্ধ বা বন্ধন কৰ্; গাঁঠি লগা; অলৰ বা লৰচৰ কৰিব নোবৰা কৰ্; আটকি ৰাখ্
to tie; to fasten; to make firm; to confine
- বাষ্পীকৰণbas.pi.ko.ronVerbal Noun
তাপ দি জুলীয়া বস্তু এটাক ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়া।
the process of causing a liquid to change to a gas, especially by heating.
- বাষ্পীভূত কৰ্bas.pi.bhu.to korVerb-Trans.
তাপ প্ৰয়োগ কৰি জুলীয়া বস্তু এটা ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰ্
to cause a liquid to change to a gas, especially by heating
- বাষ্পীভৱনbas.pi.bho.bonVerbal Noun
তাপ দি জুলীয়া বস্তু এটাক ভাপ বা বাষ্পলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়া।
the process of causing a liquid to change to a gas, especially by heating.
- বাস কৰ্bax korVerb-Intran.
কোনো ঠাইত বসতি কৰ্
to live in a place / to reside
- বাস্তবতVerb; Noun
প্ৰকৱততে; দৰাচলতে।
- বাস্তবিকতেVerb; Noun
প্ৰকৱততে; দৰাচলতে।
- বাস্তৱতেbas.to.wo.teAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- বাস্তৱায়িত কৰ্bas.to.ba.yit korVerb-Trans.
সঁচা হ বা বাস্তৱত দেখা পা (সপোন, কথা বা চিন্তা)।
to be fulfilled (as a dream, statement or thought).
- বাস্তৱিকতেbas.to.wi.ko.teAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- বাস্তৱিকপক্ষেbas.to.bik.pokhyeAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- বাহনা কৰ্bāhanā, karIntransitive verb
মিছা ভাও জোৰ্; ফাঁকি দি
to pretend
- বাহানাba.ha.naVerbal Noun
আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷
false behaviour, appearance or action
- বাহানা কৰ্ba.ha.na korVerb-Intran.
কিবা হোৱাৰ দৰে দেখুওৱা, যি আচলতে হোৱা নাই।
to attempt to be sth what is actually not so.