← ফুৰি যাওক

বাহানা

ba.ha.na

অৰ্থ

1.

আনক ঠগিবলৈ বা কিবা আদায় কৰিবলৈ মিছা কাৰ্য্য বা ব্যৱহাৰ৷

false behaviour, appearance or action

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাহানা · অসমীয়া অভিধান