কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাইফোটাbhai pho`.taCommon Noun
দেৱালীৰ পাছত শুক্লা দ্বিতীয়াৰ দিনা অসমত নেপালী আৰু বঙালী সকলে পালন কৰা হিন্দু উৎসৱ৷
A hindu religious festival observed by nepalis and bengalis of Assam. It is ofserved after two days of Dipawali.
- ভাইবৰিCommon Noun
ভায়েকৰ পত্নী
one's younger brother's wife
- ভাইভাAbstract Noun
an oral examination.
- ভাইশহুৰbhai.xo.hurCommon Noun
স্বামীৰ ককায়েক |
an elder brother of the husband.
- ভাইৰাচbhai.rasCommon Noun
এবিধ অতি ক্ষুদ্ৰ আনুবীক্ষণিক পদাৰ্থকণা যি জীৱকোষ আক্ৰমণ কৰিব পাৰে
a sub-microscopic particle (ranging in size from 20 - 300 nm) that can infect the cells of a biological organism.
- ভাউটিbhāuṭiNoun
ভাও-ভঙ্গি।
- ভাউৰাbhāurāNoun
বহুবা।
- ভাওbhāoNoun
কাৰ্য্যৰ নিয়ম
the manner of doing a thing
- ভাও-ভঙ্গীbhao-bhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভাওনাbhāonāNoun
ভাও ধৰা কাৰ্য্য
act of feigning
- ভাকি-ভুকাbhāki-bhukāNoun
ছলনা; ফাকতি
a pretence
- ভাকু-লুকাbhāku-lukāNoun
এজন ল'ৰাই চকু মুদি থাকি অইন কেইবাজনো ল'ৰাক যেনি-তেনি লুকাই থাকিবলৈ দি পাছে বিচাৰি উলিওবা ধেমালি; লুকা-লুকি; লুকা-ভাকু
the play of hide and seek
- ভাকুটকুটনিbha.kut.ku.to.niAbstract Noun
কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷
the sensation felt when tickled.
- ভাকৰীbha.ko.riMaterial Noun
A storehouse for threshed grain
- ভাখৰিMaterial Noun
A storehouse for threshed grain
- ভাখৰীbha.kho.riMaterial Noun
A storehouse for threshed grain
- ভাগbhāgaNoun
অংশ; খণ্ড; খুতুৰা
a part; a portion
- ভাগ-বতৰাbhag-.bo.to.raAbstract Noun
the act or process of dividing or the state of being divided
- ভাগ-ভাগিbhāga-bhāgiNoun
এজনে নকৰিলে আন জনে নকৰা অবস্হা; বগিয়া- বগি।
- ভাগকৰণbhag.ko.ronAbstract Noun
the act or process of dividing or the state of being divided