← ফুৰি যাওক

ভাও

bhāo

অৰ্থ

1.

কাৰ্য্যৰ নিয়ম

the manner of doing a thing

বি.

2.

আনৰ কাৰ্য্য বা কথাৰ অনুকৰণ; ভেশছন

imitation of another's act or manner, guise

বি.

3.

অঙ্গ-ভহ্গি

gesture

বি.

4.

অবস্হা; গতি

predicament; state; mode

বি.

5.

মূল্য; eng >price/eng>.

বি.

6.

মিনতি, নম্ৰতা, প্ৰীতি, প্ৰণয়; ভক্তি; যেনে-"ভাবেৰে পৰিলে পকা ধানেও বাট দিয়ে"; "পৰিহৰা মানুষক মোট কৰা ভাব" (মা. ক., অৰণ্যকাণ্ড)

regard; respect; love; attachment; devotion

বি.

সমাৰ্থক শব্দ

7.

কামভাব; যেনে-"দৰশাই লীলা ভাব-ভ্ৰুভঙ্গে" (কীৰ্ত্তন)

amorous gestures

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ