কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰূপোৱালীru.po`.wa.liProper Adj.
ৰূপ বা সেই বৰণৰ ৰঙেৰে বোলোৱা, অথবা তেনে ৰঙৰ
made of or having the tinge of silver colour
- ৰূপৱতীru.po.wo.tiProper Adj.
having beauty (refered to a lady)
- ৰূপৱন্তru.po.won.toProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ৰূপৱানru.po.wanProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- ৰূঢ়rūṛhaAdjective
ধাতু আৰু প্ৰত্যয় যোগে হোবা অৰ্থতকৈ বেলেগ অৰ্থযুক্ত; যেনে-আখণ্ডল; অশ্ব, ঘট ইত্যাদি
meaning something not justified by derivation
- ৰূঢ়িrūṛhiAdjective
ধাতু আৰু প্ৰত্যয় যোগে হোবা অৰ্থতকৈ বেলেগ অৰ্থযুক্ত; যেনে-আখণ্ডল; অশ্ব, ঘট ইত্যাদি
meaning something not justified by derivation
- ৰূৰুৱাইru.ru.waiVerbal Adj.
জুই জ্বলাৰ শব্দ৷ উদাহৰণ- ৰূৰুৱাই জ্বলে
The sound of flame
- ৰৃপকসদৃশru.pok.xo.drixProper Adj.
অতি সুন্দৰ আৰু মনোগ্ৰাহী যাক বিশ্বাস কৰিবলৈ টান৷
so extraordinary that almost impossible to believe
- ৰেংৰেঙীreṃreṅīAdjective
বৰকৈ চিয়ঁৰি দন্দ কৰা (তিৰী)
loud voiced and quarrelsome
- ৰেংৰেঙীয়াreṃreṅīẏāAdjective
পাতল; সেৰেঙা; মাজত বিন্ধা থকা (বেৰ)
thin, as a wall
- ৰেংৰেঙ্গীয়াreng.reng.gi.yaProper Adj.
দূৰে দূৰে অৱস্থিত
having widely space intervals
- ৰেখিতre.khitProper Adj.
গাত পাতল পটি বা ৰেখা যুক্ত।
consisting of a stria or striae, i.e. slight or narrow furrows, ridges, stripes, or streaks.
- ৰেঙণীreṅaṇīAdjective
কেংকেঙাই থকা (মাইকী কুকুৰ)
barking angrily
- ৰেচকrecakaNoun
পেট চলোবা ঔষধ
purgative
- ৰেচমীres.miProper Adj.
ৰেচমৰ দৰে কোমল আৰু চক-মকীয়া৷
made or consisting of silk; resembling silk; having a richly luxurious quality
- ৰেজিষ্টাৰিrejiṣṭāriAdjective
ডাকত বহীত নাম ধৰি পঠিওবা (চিঠি আদি)
registered
- ৰেজিষ্ট্ৰিrejiṣṭriAdjective
ডাকত বহীত নাম ধৰি পঠিওবা (চিঠি আদি)
registered
- ৰেহানাৱদ্ধre.ha.na.bod.dhoVerbal Adj.
কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া
Pledge of something as security without delivery of title or possession.
- ৰৈ বৈ যোবাAdjective
abundant
- ৰৈ বৈ যোৱাroi boi jo`.waProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed