ৰেচক
recaka
অৰ্থ
1.
পেট চলোবা ঔষধ
purgative
বি.
2.
পেট চলোবা (দৰব)
purgative
বিণ.
3.
এটা নাকেদি মাথোন শৰীৰৰ ভিতৰত গোটোবা বায়ু উলিয়াই দিয়া প্ৰাণায়াম যোগৰ কাৰ্য্য- বিশেষ; যেনে-"প্ৰাণক অপানে হুমি এৰিবে ৰেচকে" (মিশ্ৰ-গীতা)
a breathing out through one of th nostils
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ