কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সনিৰ্বন্ধxo.nir.bon.dhoProper Adj.
বৰ ব্যগ্ৰতা/আগ্ৰহযুক্ত ।
Concerned with work or important matters rather than play or trivialities.
- সনিৰ্ব্বন্ধxo.nir.bondhProper Adj.
বৰ ব্যগ্ৰতা/আগ্ৰহযুক্ত ।
Concerned with work or important matters rather than play or trivialities.
- সন্ঢালনিsanḍhālaniAdjective
প্ৰকাশ্য; ব্যক্ত; সকলোবে জনা শুনা
published; known to all
- সন্ঢালনীয়াsanḍhālanīẏāAdjective
প্ৰকাশ্য; ব্যক্ত; সকলোবে জনা শুনা
published; known to all
- সন্তপ্তsantaptaAdjective
সন্তাপ পোবা; শোকাকুল
overcome with grief
- সন্তান-প্ৰসৱীxon.tan-pro.xo.biProper Adj.
এবাৰতে পূৰ্ণ আকৃতিলৈ জন্মা৷
giving birth fully formed young.
- সন্তানসম্ভৱাxon.tan.xom.bho.baProper Adj.
গৰ্ভত সন্তান ধাৰণ কৰি থকা প্ৰাণী
in a state of bearing offspring in the womb
- সন্তানহীনxon.tan.hinProper Adj.
ল’ৰা-ছোৱালী নথকা ব্যক্তি ৷
Someone without offspring.
- সন্তানোচিতxon.ta.no`.sitProper Adj.
সন্তান বা ল`ৰা-ছোৱালীৰ বাবে যি উচিত বা শোভনীয়৷
something that is right for son or daughter, responsibility of a son or daughter.
- সন্তানৱৎxon.ta.no.wotProper Adj.
সন্তান বা ল`ৰা-ছোৱালীৰ বাবে যি উচিত বা শোভনীয়৷
something that is right for son or daughter, responsibility of a son or daughter.
- সন্তাপিতxon.ta.pitProper Adj.
নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|
In mourning because of the death or any other grief of a relation esp by a familygrief.
- সন্তুলিতxon.tu.li.toAdjective Adj.
ভাৰসাম্য ৰক্ষা কৰি ৰখা, চলা৷
showing or keeping balance.
- সন্তুষ্টxon.tus.toProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met
- সন্তোষজনকxon.tox.jo.nokProper Adj.
ৰং, আনন্দ অথবা সন্তোষ দিয়া|
Giving pleasure and satisfaction.
- সন্তোষদায়কxon.to`x.da.yokProper Adj.
ৰং, আনন্দ অথবা সন্তোষ দিয়া|
Giving pleasure and satisfaction.
- সন্তোষিতProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met
- সন্ত্তষ্টsanttaṣṭaAdjective
সন্তোষ পোবা; তৱপ্ত; তুষ্ট হোবা
gratified
- সন্ত্ৰস্তsantrastaAdjective
অতিশয় ত্ৰাসযুক্ত; ভয়ত আকুল।
- সন্ত্ৰাসিতxon.tra.xi.toProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- সন্দিগ্ধxon.dig.dhoProper Adj.
অবিশ্বাস বা আস্থাহীনতাৰ ভাৱ সৃষ্টি কৰা
Causing distrust or disbelief