কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহুৰূপীbahurūpīAdjective
নানা ৰূপ বা বেশ ধৰা
assuming various guises
- বহূমূখীbo.hri.mu.khiProper Adj.
বহুতো বিভিন্ন প্ৰকাৰ বা বৈশিষ্ট্য থকা
Having great variety
- বহেমিয়ানProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- বহ্নিমানboh.ni.manVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- বাঁওbām̐oAdjective
সোঁফালৰ বিপৰীত
left
- বাঁও-পকীয়াAdjective
আওফাললৈ ঘূৰা; বাঁওফালে পাক লোবা বা ঘূৰা
revolving to the left or opposite side
- বাঁওফলীয়াAdjective
বাঁওফালৰ; বাঁওফালে থকা; আওফলীয়া
pertaining to the left or opposite side
- বাঁহপতীয়াAdjective
বাঁহ পাতৰ নিচিনা
shaped like a bamboo leaf
- বাঁহী-নকাAdjective
বাঁহীৰ দৰে দীঘল নাক থকা
having a long nose
- বাংকেকুবাbāṅkekubāAdjective
গা-গাৰি নোহোবা আৰু ভেঙুৰা- ভেঙুৰি; বিকৱত; কুৰূপ
lanky; ugly
- বাংকেৰেপাbāṅkerepāAdjective
গা-গাৰি নোহোবা আৰু ভেঙুৰা- ভেঙুৰি; বিকৱত; কুৰূপ
lanky; ugly
- বাংকৰাbāṅkarāNoun
কেইবাবিধো পাচলি মিহলাই বন্ধা
a hotch- potch
- বাংনাProper Adj.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।
A person or plant or animal below natural size.
- বাংফঙ্গীয়াbāmphaṅgīẏāAdjective
নানা ধৰণৰ; নানা ভাবৰ; যেনে-"মই এনেবোৰ বাংফঙ্গীয়া কথা শুনিব নোবাৰোঁ;"
inconsistent; incongrous
- বাংফেঙীয়াbang.phe.ngi.yaProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- বাংবিংbang.bingProper Adj.
কোনো অৰ্থ বা গুৰুত্ব নথকা৷
without meaning, significance, purpose, or value
- বাংলাভাষীProper Adj.
যি বাংলা ভাষা কয়
One who speaks the Bangla language
- বাইছ(শ)bāicha(śa)Noun
দুই অধিক কুৰি
twenty-two
- বাইহাProper Adj.
(food) kept or stored over night with an intention to eat the next day.
- বাউলbāulaAdjective
উন্মত্ত; বলিয়া
mad; crazy