← ফুৰি যাওক

বাংফঙ্গীয়া

bāmphaṅgīẏā

অৰ্থ

1.

নানা ধৰণৰ; নানা ভাবৰ; যেনে-"মই এনেবোৰ বাংফঙ্গীয়া কথা শুনিব নোবাৰোঁ;"

inconsistent; incongrous

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাংফঙ্গীয়া · অসমীয়া অভিধান