কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোলোচাkholocāAdjective
পৰিষ্কাৰ (কথা); বুজিব পৰা; সঁচা
clear; true
- খোলোছাkholochāAdjective
পৰিষ্কাৰ (কথা); বুজিব পৰা; সঁচা
clear; true
- খোৰাkhorāAdjective
পেঙুৰা; লেঙেৰা; লেকেচিয়াই বা ঠেং ভগাৰ দৰে খোজ কঢ়া
lame
- খ্যাতkhyātaAdjective
জনা-শুনা; প্ৰসিদ্ধ
known; reputed
- খ্যাতনামাkhyat.na.maProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতাপন্নkhyātāpannaAdjective
প্ৰখ্যাত; বৰকৈ প্ৰসিদ্ধ; দেশে-বিদেশে জনা-শুনা
celebrated
- খ্যাতিকৰVerbal Adj.
যশ বা খ্যাতি বঢ়াব পৰা বা সুনাম কঢ়িয়াই আনিব পৰা
something that can glorify or make one famous
- খ্যাতিমন্তAdjective
খ্যাতাপন্ন; প্ৰখ্যাত; যশস্যাযুক্ত
celebrated
- খ্যাতিমানkhya.ti.manProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতিসম্পন্নkhya.ti.xom.pon.noProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্যাতিহীনkhya.ti.hinProper Adj.
বিখ্যাত নোহোৱা ।
someone not famous or known to many people.
- খ্যাতিৱানkhyati.banProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- খ্ৰীষ্টধৰ্মীkhris.to.dhor.miProper Adj.
যীশু খ্ৰীষ্টৰ দ্বাৰা প্ৰৱৰ্ত্তিত ধৰ্মত বিশ্বাসী বা সেই ধৰ্ম মানি চলা
Believing on or following the religion of Christ
- খ্ৰীষ্টানkhris.tanProper Adj.
যীশু খ্ৰীষ্টৰ দ্বাৰা প্ৰৱৰ্ত্তিত ধৰ্মত বিশ্বাসী বা সেই ধৰ্ম মানি চলা
Believing on or following the religion of Christ
- খড়্গপাণিkhaṛgapāṇiAdjective
হাতত তৰোবাল থকা
one with sword in hand
- খয়ঙ্কৰkhaẏaṅkaraAdjective
ধ্বংসকাৰী
causing destruction
- খৰkharaNoun
খেৰ
straw
- খৰ-পোচkhara-pocaAdjective
শীঘ্ৰে কাম কৰিব পৰা; খৰ্তকীয়া
prompt in doing
- খৰ-শানkhor-xanProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- খৰংখচkharaṅkhacaAdjective
খাৰংখাচ।