কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যথাতথাৰূপেjo.tha.to.tha.ru.peAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যথানিয়মেjo.tha.ni.yo.meAdverb
as per the rules and regulations of the land
- যথাবিধিAdverb
বিধি বা নিয়ম অনুসৰি
according to rule or law
- যথাবৎAdverb
যথাবিধি।
- যথাশক্তিAdverb
সাধ্য বা শক্তি আছেমানে; সাধ্য বা শক্তিয়ে জোৰেমানে; সাধ্যমানে
as much as possible by one's power; to the best of one's ability
- যথাসম্ভৱjo.tha.xom.bhobhAdverb
সাধ্য বা শক্তি আছেমানে; সাধ্য বা শক্তিয়ে জোৰেমানে৷
as much as possible by one's power; to the best of one's ability.
- যথাসাধ্যAdverb
সাধ্য বা শক্তি আছেমানে; সাধ্য বা শক্তিয়ে জোৰেমানে; সাধ্যমানে
as much as possible by one's power; to the best of one's ability
- যথাৰীতিjo.tha.ri.tiAdverb
as per the rules and regulations of the land
- যথাৰ্থতেjo.thar.tho.teAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- যথাৰ্থপক্ষেjo.thar.tho.po.khyeAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- যথাৰ্থভাৱেjo.thar.tho.bha.beAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- যথেচ্ছাAdverb
"য'ত ত'ত" "য'তে ত'তে" চোবাঁ।
- যথেচ্ছাyathecchāAdverb
ইচ্ছা অনুসৰি
according to one's sweet will
- যধেমধেAdverb
কোনো কাৰণ বা নিয়ম নোহোৱাকৈ
without an apparent reason or pattern
- যন্ত্ৰণাকাতৰVerbal Noun
শাৰীৰিক বা মানসিকভাৱে অতিশয় কষ্ট পাই থকা
afflicted with great bodily or mental suffering or pain
- যন্ত্ৰস্থঃjon.tros.sthoVerbal Adj.
প্ৰকাশ হ’ব লগীয়া, প্ৰকাশৰ পথত থকা (কিতাপ আদি)
(of books etc.)going to be published (soon)
- যবনিকা পেলাjo.bo.ni.ka pe.laVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- যবহুyabahuAdverb
যদি; যদ্যপি।
- যলৈAdverb
যি ঠাইলৈ
where; to which place
- যহাyahāTransitive verb
যশস্যা কৰ্
to boast