← ফুৰি যাওক

যথাসাধ্য

অৰ্থ

1.

সাধ্য বা শক্তি আছেমানে; সাধ্য বা শক্তিয়ে জোৰেমানে; সাধ্যমানে

as much as possible by one's power; to the best of one's ability

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যথাসাধ্য · অসমীয়া অভিধান