কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাকুৰ্dhākurTransitive verb
বুকুত ঢকিয়া বা চপৰিয়া
to beat on the breast
- ধাক্কা খাdhak.ka khaVerb-Trans.
শক্তিৰে কোনো বস্তুক নিজৰ পৰা দূৰলৈ আঁতৰাই দে
to force something away from oneself.
- ধাক্কা মাৰ্dhak.ka marVerb-Trans.
শক্তিৰে কোনো বস্তুক নিজৰ পৰা দূৰলৈ আঁতৰাই দে
to force something away from oneself.
- ধাকৰি থাকVerb-Intran.
দুখ কৰি কান্দি থাক
cry in sorrow.
- ধাকৰি মৰVerb-Intran.
কিবা এটা বস্তু পোৱাৰ বাবে হাবাথুৰি খোৱা
struggling to get something.
- ধান দাdhan daAbstract Noun
কোনো কাম, সিদ্ধান্ত, বা আৰোপৰ মূল বিষয় ৷
The basis or motive for an action, decision, or conviction.
- ধাপত-ধাপেdha.pot-dha.peAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- ধামুহ দেdha.muh deVerb-Trans.
নিৰ্দয় বা অন্যায় ভাৱে কোনো বিষয় জাপি দিয়া বা বাধা প্ৰদান কৰা
to burden with cruel or unjust impositions or restraints
- ধাৎ ধাৎdhāt, dhātAdverb
ধাঁচ্ ধাঁচ্। বি. মাটিত বস্ত্ত পৰাৰ শব্দ- বিশেষ; যেনে-"উঠন্ত বৈসন্ত যে পৰন্ত ধাত ধাত" (শ., উত্তৰাকাণ্ড)।
- ধাৰ দেdhar deVerb-Trans.
to make sharper so as to cut more effectively.
- ধাৰ মাৰ্dhar marVerb-Trans.
ধাৰলৈ অনা ধন ঘুৰাই দে বা ঋণ পৰিশোধ কৰ্
to pay back or clear a debt
- ধাৰ লdhar loVerb-Trans.
পাছত ঘূৰাই দিয়াৰ মানসেৰে কোনো বস্তু বা ধন ল
to take an object or money with intention of returning later
- ধাৰণ কৰ্dha.ron korVerb-Trans.
নিজে গাত পাতি ল বা কোনো কৰ্ত্তব্য বা দায়িত্ব মূৰ পাতি ল
to take upon oneself or to take over the duties or responsibilities of
- ধাৰণা কৰ্dha.ro.na korVerb-Trans.
তৰ্ক বা ব্যাখ্যাৰ খাতিৰত কোনো কথা সত্য বা আচল বুলি ধৰি ল
to consider something to be true or real for the sake of argument or explanation
- ধাৰত দেVerb-Trans.
কোনো সম্পত্তি কোনো মূল্যত অস্থায়ীভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া৷
to allow temporary use of a property at a price.
- ধাৰলৈ দেVerb-Trans.
কোনো সম্পত্তি কোনো মূল্যত অস্থায়ীভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া৷
to allow temporary use of a property at a price.
- ধাৰাবাহিকভাৱেdha.ra.ba.hik.bha.beAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- ধাৰাবাহিকৰূপেdha.ra.ba.hik.ru.peAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- ধাৰেdhāreAdverb
উঠনাকৈ; কালিয়নে; উধাৰকৈ; ধাৰ কৰি
on credit
- ধাৰে দেVerb-Trans.
কোনো সম্পত্তি কোনো মূল্যত অস্থায়ীভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া৷
to allow temporary use of a property at a price.