কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকুটিপ মাৰ্so.ku.tip marVerb-Intran.
to momentarily close the eye-lids.
- চকুত ধূলি মাৰso.kut dhu.li marVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- চকুত পৰাso.kut.po.raVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকুত লগাso.kut lo.gaVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকুমেলি চাVerb-Trans.
কাৰোবাক অনুগ্ৰহ কৰা, দয়া সহকাৰে বিবেচনা কৰা৷
to consider something/somebody with love and sympathy.
- চকুৰ ঠাৰso.kur tharVerbal Noun
পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |
A glance directed to the side; an oblique or sideways look
- চকুৰ পচাৰ পেলাso.kur po.sar pe.laVerb-Intran.
to momentarily close the eye-lids.
- চকুৰ পচাৰতেAdverb
চকু পচাৰোঁতে যিমান সময় লাগে সিমান সময়তে; তুৰন্তে; নিমিষতে
in the twinkling of an eye; at once
- চকুৰ পলক মাৰ্so.kur po.lok marVerb-Intran.
to momentarily close the eye-lids.
- চকুৰ পানী ওলাso.kur pa.ni u.laVerb-Intran.
কান্দিলে, পুৰিলে বা বেছিকৈ হাঁহিলে) চকুত বেছিকৈ সৃষ্টি হোৱা পানী বাহিৰলৈ নামি অহা
(of the eyes) to become full with water.
- চকুৰে মন্so.ku.re monVerb-Intran.
চকুৰে সংবেদন অনুভৱ কৰা
to come in visual contact
- চক্ খাsok khaVerb-Intran.
হঠাতে ভয় খাই গা জোঁকাৰ্ খা
to get frighetened suddenly
- চক্মক্ কৰেAdverb
পোহৰ হৈয়েই বেগতে মাৰ গৈ
in quick flashes
- চক্মক্ কৰেcakmak, kareAdverb
চঁক খোবা মানুহৰ দৰে; অকস্মাৎ সাৰ পাই
awaking suddenly
- চক্ষুদানso.khyu.danVerbal Noun
মৃত্যুৰ পাচত নিজৰ চকু আনক দান দিয়া কাৰ্য ৷ ই এটা অতি মহৎ প্ৰচেষ্টা আৰু ইয়াৰ দ্বাৰা দুজন অন্ধ মানুহক আমি পৃথিৱীখনক নতুন ৰূপত চোৱাত সহায় কৰিব পাৰো ৷
The act of giving own eye to others. It's a noblest of all causes, and we can light the life of two blind people by donating our eyes after our death.
- চক্ৰলেখনsok.ro.le.khonVerbal Noun
ষ্টেনচিলৰ ওপৰত সৰু সৰু ফুটা কৰিবলৈ ব্যৱহাৰ কৰা ক্ষুদ্ৰ দাঁতযুক্ত চকৰি আকৃতিৰ লিখন সঁজুলি ৷
A writing implement with a small toothed wheel that cuts small holes in a stencil.
- চক্ৰলেখিতsok.ro.le.khitVerbal Adj.
চক্ৰলেখন পদ্ধতিৰে লিখিত কোনো বস্তু ৷
Something (a stencil) that has been printed by cyclostyle.
- চক্ৰাকাৰেcakrākāreAdverb
ঘূৰি ঘূৰি; যেনে-"মূৰটো বিষত চক্ৰাকাৰে ঘূৰিব ধৰিছে"
reeling or turning round and round
- চক্ৰান্ত কৰ্so.kran.to korVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- চটক্caṭakTransitive verb
গচক্; গৰক্; যেনে-"হস্তী ঘোঁৰা ৰথে পায়া চটকিয়া মাৰে" (মা., আদিকাণ্ড)
to trample