কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁঠু চোঙাa~.thu so`.ngaVerb-Intran.
ভৰি কোঁচাই আঁঠুৰ ওপৰত ভেঁজা দি মূৰ দোঁৱা
to bend one`s knees to show respect
- আঁঠু লa~thu loVerb-Trans.
To give up or hand over oneself, esp. to enemy
- আঁত ধৰ্a~t dhorVerb-Trans.
কোনো গোটক বাট দেখুৱাই আগবঢ়াই লৈ যা৷
to go before or with to show the way; conduct or escort
- আঁত হেৰোৱাa~t hero`.waVerbal Adj.
চুলি আদি আউল বা গাঁঠি লগা৷
tangled, intertwined or matted roots.
- আঁতে-আঁতেām̐te-ām̐teAdverb
মনে মনে; ভিতৰ ভিতৰে; পেটে পেটে; হাড়ে হাড়ে
internally; secretly; thoroughly
- আঁতৰ কৰ্a~.tor korVerb-Trans.
উপাদান সমূহ বেলেগ বেলেগ কৰি পেলা
to separate into the constituent parts
- আঁতৰ হa~.tor hoVerb-Intran.
to move in a direction away from the speaker
- আঁতৰতa~.to.rotAdverb
কিহবা বা কাৰোবাৰ পৰা কায়িকভাৱে দূৰত
physically distant or apart from somebody or something
- আঁতৰাa~.to.ra.Verb-Trans.
কাৰোবাক নলগা বা কোনোবাই নিবিচৰা কিবা বস্তু/ ব্যক্তিক নিলগাই ৰখা৷ যেনেঃ সেই জাবৰখিনি পেলা৷ সেই দগাবাজটোক এতিয়াই মোৰ সমুখৰ পৰা আঁতৰা৷
to get rid of something/somebody that one doesn't need by passing it/them to somebody/somewhere else.
- আঁতৰাই ৰাখ্a~torai rakhVerb-Trans.
কোনো মানুহ,বস্তু আদি এটাৰ পৰা আনটো নিলগাই ৰখা আৰু ভিন্ন ব্যৱহাৰ কৰা
to isolate, keep some people or something separately from other and treat them differently
- আঁতৰিa~.to.riAdverb
Distinctly different parts or units
- আঁতৰি যাa~.to.ri jaVerb-Intran.
to move in a direction away from the speaker
- আঁতৰেAdverb
পৱথক; বেলেগে; নিলগে
separately
- আঁতৰে-আঁতৰেAdverb
পৱথক; বেলেগে; নিলগে
separately
- আঁতৰ্Intransitive verb
দূৰ হ; দূৰলৈ যা; নিলগলৈ যা
be off; to be separated
- আঁহ ফাল্Intransitive verb
মিল ভাঙি অমিল কৰ্; যেনে সি আঁহ ফালি কথা কয়
to create disunion
- আঁৰ কৰ্a~r korVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- আঁৰতa~.rotAdverb
আন কোনোৱে জানিব নোৱাৰাকৈ
done or carried out without the knowledge of others
- আঁৰলে-নিবলে হুবাAdverb
-দুবা নকৰাকৈ; ; চুপে-চাপে; হাই-হুই নকৰাকৈ
calmly and quietly ; without noise and ado
- আঁৰলে-নিৰলেa~.ro.le-ni.ro.leAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound