← ফুৰি যাওক

আঁতে-আঁতে

ām̐te-ām̐te

অৰ্থ

1.

মনে মনে; ভিতৰ ভিতৰে; পেটে পেটে; হাড়ে হাড়ে

internally; secretly; thoroughly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁতে-আঁতে · অসমীয়া অভিধান