কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰঙচীয়াAdjective
ঈষৎ ৰঙা; অলপ ৰঙা-বৰণীয়া
reddish
- ৰঙচুবাAdjective
ঈষৎ ৰঙা; অলপ ৰঙা-বৰণীয়া
reddish
- ৰঙচুৱাro.ngo.su.waProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- ৰঙাraṅāAdjective
তেজ-বৰণীয়া
red
- ৰঙা-চঙাAdjective
(লাজত) মুখ ৰঙা পৰা; ৰঙা ৰচঙা বিণ. ৰংচঙীয়া; ৰংচং; নানা বৰণৰ; চিত্ৰ-বিচিত্ৰ
marked with various colours; showy
- ৰঙা-ৰচঙাro.nga-ro.songaProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰঙালীro.nga.liProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- ৰঙিয়ালraṅiẏālaAdjective
"ৰঙ্গিয়াল" চোবাঁ।
- ৰঙীণro.nginProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰঙীনraṅīnaAdjective
"ৰঙ্গীণ" চোবাঁ।
- ৰঙুৱালro.ngu.walProper Adj.
অতি আনন্দেৰে থকা।
Very cheerful and friendly.
- ৰঙ্গালীraṅgālīAdjective
জ্যোতিৰ্ম্ময়; বৰ জুইৰ দৰে পোহৰ
illuminated by many lamps or a huge fire
- ৰঙ্গি(ঙি)য়ালraṅgi(ṅi)ẏālaAdjective
আমোদী; ধেমেলীয়া; আনন্দ-পূৰ্ণ; ৰং লগোবা
sportive; cheerful; mirthful; pleasing
- ৰঙ্গিণীraṅgiṇīAdjective
ধেমেলীয়া আমোদ-ৰতা স্ত্ৰী; যেনে-"ৰঙ্গিণী গোপী মিলাই" (বৰগীত)।
- ৰঙ্গু(ঙু)বালraṅgu(ṅu)bālaAdjective
আমোদী; ধেমেলীয়া; আনন্দ-পূৰ্ণ; ৰং লগোবা
sportive; cheerful; mirthful; pleasing
- ৰচকীracakīNoun
গা সজাই বা ধুন মাৰি ফুৰা তিৰী
a gaudy light-light minded woman
- ৰচঙাracaṅāAdjective
"ৰঙা-ৰচঙা"; নানা বৰণৰ।
- ৰজনজনাrajanajanāAdjective
প্ৰখ্যাত; সকলোবে জনা
known to all; made public
- ৰজস্বলাrajasbalāAdjective
মাহেকীয়া স্ৰাব হোবা; ছুব নোবৰা হোবা
having monthly course
- ৰজিতাrajitāAdjective
মিল; মানী; জোৰা-জোখা হোবা
consistent; approriate