← ফুৰি যাওক

ৰঙ্গু(ঙু)বাল

raṅgu(ṅu)bāla

অৰ্থ

1.

আমোদী; ধেমেলীয়া; আনন্দ-পূৰ্ণ; ৰং লগোবা

sportive; cheerful; mirthful; pleasing

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰঙ্গু(ঙু)বাল · অসমীয়া অভিধান