কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংক্ষেপxong.khyepProper Adj.
অতি চমুকৈ বৰঞ্চ স্পষ্টকৈ কিছু কথাৰে প্ৰকাশ কৰা
Brief but clearly expressed in very few words.
- সংক্ৰমণশীলxong.kro.mon.xilVerbal Adj.
সংক্ৰমণ হ’ব পৰা; জীৱাণুৰ দ্বাৰা সংঘটিত (ৰোগ)
capable of being transmitted; caused by microorganisms (disease)
- সংক্ৰমিতxong.kro.mitProper Adj.
কোনো বেমাৰ-আজাৰ আদিৰ কৱলত পৰা ৷
Containing or resulting from disease-causing organisms.
- সংক্ৰান্তsaṅkrāntaAdjective
সম্পৰ্কীয়; যেনে-"ৰাজহ-সংক্ৰান্ত কাগজপত্ৰ"
pertaining to
- সংক্ৰান্তীয়Proper Adj.
কোনো বিষয়ৰ লগত সম্বন্ধ থকা
related to, pertaining to
- সংক্ৰামকsaṅkrāmakaAdjective
এজনৰ গাৰপৰা আন এজনৰ গালৈ যোবা; সোঁচৰা
contagious
- সংখ্যা-বিশিষ্টsaṅkhyā-biśiṣṭaAdjective
অলপসংখ্যক; অলপমান
of limited number
- সংখ্যাতীতxong.khya.titProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- সংখ্যাবাচকAdjective
লেখ বুজোবা (শব্দ)
denoting number
- সংখ্যালঘূxong.khya.lo.ghuProper Adj.
তুলনামূলকভাৱে কম অংশ বা সংখ্যা; সমগ্ৰ বা মুঠৰ আধাতকৈ কম থকা সংখ্যা, ভাগ বা পৰিমাণ
the smaller part or number; a number, part, or amount forming less than half of the whole.
- সংখ্যাহীনProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- সংগঠিতxong.go.thi.toVerbal Adj.
এক নিৰ্দ্দিষ্ট পদ্ধতি অনুসাৰে শৃংখলিত বা সজ্জিত
arranged according to a particular system
- সংগতxong.gotProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- সংগতিপূৰ্ণxong.go.ti.pur.noProper Adj.
হাতত লোৱা বিষয়টোৰ সৈতে সম্পৰ্ক থকা
Bearing on or having reference to the matter in hand
- সংগতিবিহীনProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- সংগতিহীনxong.go.ti.hinProper Adj.
বিপৰীত ধৰ্মী যুক্তি থকা
having contradictory elements.
- সংগৃহীতxong.gri.hi.toVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)
- সংগ্ৰামীProper Adj.
যি সংগ্ৰাম কৰে
one who struggles
- সংগৱহীতsaṅgawahītaAdjective
সংগ্ৰহ কৰা; একত্ৰ কৰা; গোটোবা; গোটাই লিখা
collected; compiled
- সংঘটিতVerbal Adj.
Some thing that took place