সংগত
xong.got
অৰ্থ
1.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
একেটা নীতি, পন্থা, ৰূপ আদি অবিৰত ভাৱে বজাই ৰখা বা ধৰি থকা
constantly adhering to the same principles, course, form, etc.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ