কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লগালগিlo.ga-lo.giProper Adj.
one in contact with another
- লগীয়াlagīẏāAdjective
প্ৰয়োজনীয়; উচিত (ধাতুৰ পাছত থাকে); যেনে-"যাব লগীয়া"
necessary; fit
- লগ্নlagnaAdjective
লাগি থকা; সংযুক্ত
joined
- লগড়Proper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- লগৰীয়াlagarīẏāNoun
সঙ্গী; লগত থকা বা ফুৰা মানুহ
a companion
- লঘিষ্ঠlaghiṣṭhaAdjective
একেবাৰে সৰু।
- লঘুপাকীProper Adj.
সহজে জীণ যোৱা
easily digestible.
- লঘূlo.ghuProper Adj.
আনুপাতিকভাৱে কম ওজন থকা ৷
Of relatively little weight for its size or bulk
- লঘোনীয়াAdjective
উপবাসী; সঁযোতত থকা; নেখাই থকা
fasting
- লঙ্ঘনীয়Adjective
অবজ্ঞা কৰিবৰ যোগ্য; মানিব নলগীয়া
fit to be disobeyed or transgressed
- লচ্পচীয়াAdjective
(পু. স্ত্ৰী.) বিণ. লচ্পচী (স্ত্ৰী.)।
- লছ্পছীlos.po.siProper Adj.
কোনো কামতে (মূখ্যতঃ প্ৰয়োজনীয় কামত) মনপুতি নলগা ।
Not serious enough about important matters.
- লজুৱাProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লজ্জাকৰAdjective
লাজ লগোবা
shameful
- লজ্জাজনকAdjective
লাজ লগোবা
shameful
- লজ্জানতloj.ja.notProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লজ্জান্বিতAdjective
লাজত মগ্ন; লাজ পোবা
ashamed
- লজ্জান্বিতাAdjective
লাজুকী (তিৰোতা)
bashful
- লজ্জাবতীAdjective
লাজুকী (তিৰোতা)
bashful
- লজ্জাশীলAdjective
লাজকুৰীয়া; লাজুবা
bashful