কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভক্তিমূলকbhok.ti.mu.lokProper Adj.
শ্ৰদ্ধা বা ভক্তিৰ সৈতে জড়িত বা ভক্তি প্ৰকাশ কৰা
refers to great love or loyalty and profound dedication
- ভক্ষণীয়Adjective
খাব-পোবা; ভোজন বা খাবৰ যোগ্য
permitted to be eaten; eatable; edible
- ভক্ষ্যAdjective
ভক্ষণীয়; খাবৰ যোগ্য
fit to be eaten
- ভগনীয়াAdjective
ভয়, বিপদ বা কোনো দুখ- যন্ত্ৰণাৰ গতিকে পলাই যোবা
fugitive; deserting; absconding
- ভগবন্তbhagabantaNoun
ঈশ্বৰ; বিষ্ণু; শিব
the Supreme Being; Visnu; Śiva
- ভগবানbhagabānaNoun
ঈশ্বৰ; বিষ্ণু; শিব
the Supreme Being; Visnu; Śiva
- ভগাbhagāAdjective
নষ্ট হোবা; ভাগি-ছিগি যোবা; এডোখৰ এৰোবা বা ছিগা
broken; cracked; ruined
- ভগা বটাAdjective
পুৰণি বস্ত্ত বাটি ভাল বা নতুন কৰা
reparied; renewed
- ভগা-ছিগাbho.ga-si.gaProper Adj.
সৰু-সৰু টুকুৰা কৰি পেলোৱা।
separated into smaller pieces.
- ভগীয়াbhagīẏāAdjective
অংশ বা ভাগ পোবা
getting a share
- ভগ্নbhagnaAdjective
ভগা; দুই বা অধিক খণ্ড হৈ যোবা
broken
- ভগ্নমনাbhog.no.mo.naProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- ভগ্নমনোৰথbhog.no.mo.no`.rothProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- ভগ্নাশাbhog.na.xaProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- ভগ্নীসূলভbhog.ni.xu.lobhProper Adj.
বায়েক বা ভনীয়েকৰ দৰে, তেনে গুণ বিশিষ্ট
typical of or like a sister
- ভগ্নোদ্যমbhog.no`.dyomProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- ভগ্নোৎসাহbhog.no`t.xahProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- ভগৱৎপ্ৰেমীProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ভঙনীয়াbhaṅanīẏāAdjective
খুচুৰা; সৰু; কম মূল্যৰ (টকা-পইচা)
of small values (said of coins)
- ভঙুৱাbho.ngu.waVerbal Adj.
অত্যধিক ভাং খোৱা বা তাৰ প্ৰতি আসক্ত লোক ৷
One addicted to the use of marijuana.