কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বক্ৰbakraAdjective
কুঁজা; বেঁকা; কেঁকোৰা
crooked
- বক্ৰপৃষ্ঠbok.ro.pris.thoAdjective Adj.
পিঠি বেঁকা কৰি থিয় হোৱা বা পিঠিত ভাঁজ থকা
characteristic of or suffering from kyphosis, an abnormality of the vertebral column
- বক্ৰাকাৰProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- বক্ৰীbakrīAdjective
অশুভ।
- বকৰাbakarāAdjective
খোনা
a stammerer
- বখbakhaAdjective
ধৱষ্ট; . যেনে -"ত্ৰৈলোক্য-জিনিলো তই কোন বীৰ বখঃ ছবালক যুজিবাক লাগয় বৈলখ" (মা. ক., লঙ্কাকাণ্ড)।
audacious
- বখনিয়াbo.kho.ni.yaProper Adj.
মাকৰ গাখীৰ পিবলৈ এৰা গৰু বা মহৰ পোৱালী ৷
A grown up calf that do not receives mother's breast milk.
- বখলা- বখলAdjective
অনেক বখলা হোবা; বহুত বখলা কৰা
divided into and consisting of many pieces of bark or skin
- বখিলbakhilaAdjective
অতিপাত কৱপণ
very miserly
- বগলbagalaNoun
কাষলতি
the armpit
- বগাbagāAdjective
শ্বেত; শুভ্ৰ; ধলা; শুক্ল
white
- বগৰাbagarāAdjective
নিজক ঘৰ-বাৰী নথকা বাবে আনৰ ঘৰত বাস কৰি ফুৰা (নিন্দাত)
vagabond; homeless
- বঙলুবাbaṅalubāAdjective
বঙলা ভাষাৰ চানেকিৰ; বঙালী লোকৰ লেখীয়া।
- বঙলুৱাbo.ngo.lu.waProper Adj.
বঙালী ভাষাৰ বা বঙালী লোকৰ নিচিনা|
resembling Bengali language or Bengali people.
- বঙ্কbaṅkaAdjective
বেঁকা; কুটিল; নিৰ্দ্দয়
crooked; cruel
- বঙ্কিমbaṅkimaAdjective
ঈষৎ বেঁকা।
- বছেৰেকীয়াbo.so.re.kiyaProper Adj.
প্ৰত্যেক বছৰে হোৱা |
Reckoned by the year or occurring every year.
- বছৰ-উদানিbachara-udāniAdjective
এবছৰৰ নিমিত্তে বন্দবস্ত কৰা; এবছৰৰ মূৰত শেষ হোবা
annual; contracted for a year
- বছৰ-পিয়নীAdjective
প্ৰতি বছৰে পোবালি দিয়া (মাইকী জন্ত্ত)
producing a calf or young one every year
- বছৰ-বন্ধীয়াbachara-bandhīẏāAdjective
এবছৰৰ নিমিত্তে বন্দবস্ত কৰা; এবছৰৰ মূৰত শেষ হোবা
annual; contracted for a year