← ফুৰি যাওক

বগা

bagā

অৰ্থ

1.

শ্বেত; শুভ্ৰ; ধলা; শুক্ল

white

বিণ.

2.

বুকু চোঁচৰাই বা পেট পেলাই যা

to crawl; to creep

অক. ধা.

3.

আন গছ আদিৰ আশ্ৰয় লৈ উঠি বা বাঢ়ি যা (লতা)

to climb

অক. ধা.

4.

আৰোহণ কৰ্; পিঠিত উঠ্

to mount

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বগা · অসমীয়া অভিধান