← ফুৰি যাওক

বগল

bagala

অৰ্থ

1.

কাষলতি

the armpit

বি.

2.

কাষলতিত ওলমাই লোবা কাপোৰ থোবা মোনা

a cloth bag

বি.

3.

দাঁতি; কাষ

side; edge

বি.

4.

এদঁতীয়া; একতীয়া

aside

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বগল · অসমীয়া অভিধান