কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফপৰীয়াphaparīẏāAdjective
ফাপৰে ধৰা
scurfy; scabby
- ফপৰুৱাpho.po.ru.waProper Adj.
চালৰ বেমাৰ হৈ নোম সৰি যোৱা|
characterized by any skin disease caused by parasitic mites affecting animals and sometimes humans and characterized by loss of hair and scabby eruptions.
- ফলংলংphalaṃlamAdjective
মুকলি; আঁৰ নথকা
open; exposed
- ফলংলঙীয়াphalaṃlaṅīẏāAdjective
মুকলি; আঁৰ নথকা
open; exposed
- ফলঙাphalaṅāAdjective
মুকলি; আঁৰ নথকা
open; exposed
- ফলদpho.lodProper Adj.
ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱা
Producing fruit or useful result
- ফলদায়কAdjective
ভাল ফল দিয়া বা উৎপন্ন কৰা; লাভজনক
producing good result; profitable
- ফলদায়ীpho.lo.da.yiProper Adj.
ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱা
Producing fruit or useful result
- ফলপ্ৰসূpho.lo.pro.xuProper Adj.
ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱা
Producing fruit or useful result
- ফলস্বৰূপphol.so.rupProper Adj.
ফলাফল অনুযায়ী৷
Following as a result.
- ফলাAdjective; Adverb
ফালে।
- ফলাওpho.lao`Proper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- ফলিকphalikaAdjective
ফুলি বা জিলিকি পৰা; তেজাল
blooming; shining
- ফলিতphalitaAdjective
প্ৰফুল্লিত; ফুলি পৰা
in bloom; blooming
- ফলিবতphalibataAdjective
ফলদায়ক; অব্যৰ্থ; নিষ্ফল নোহোবা
fruitful; unfailing; successful
- ফলিৱতpho.li.botProper Adj.
ঈপ্সিত বা উপকাৰী ফলাফল দেখুওৱা
Producing fruit or useful result
- ফলীয়াphalīẏāAdjective
কোনো এক পক্ষত থকা; কোনো এফালৰ বা এক পক্ষৰ
belonging to a party
- ফলৱন্তpho.lo.bon.toProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- ফলৱানpho.lo.banProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- ফহ্ফহীয়াphahphahīẏāAdjective
সিজা বা পকা বস্ত্তৰ দৰে ঢিলা; বালীয়া; লিকটা নোহোবা
soft; not tough or sticky