← ফুৰি যাওক

ফলৱান

pho.lo.ban

অৰ্থ

1.

আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা

happened or terminated according to desire; accomplished what is attempted or intended

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

ফল ধৰা বা গুটি লগা

bearing fruit (of a tree or plant)

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফলৱান · অসমীয়া অভিধান