কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছপোৱাso.po`.waVerbal Adj.
(কাগজ বা অন্য বস্তুৰ ওপৰত) ছপাশালত নতুবা তেনে কোনো যন্ত্ৰৰ সহায়ত ছাপ দিয়া
produced (on a paper or other material) by printing
- ছফাchaphāAdjective
পৰিষ্কাৰ; নিৰ্ম্মল
clean
- ছফেদchaphedaAdjective
বগা, চফা
white; stark- white
- ছবতীয়াchabatīẏāAdjective
ছয় ৰতি জোখৰ; ছয় ৰতিৰ সমান গধুৰ
weighing six ratis
- ছবুজchabujaAdjective
কলপতীয়া; সেউজীয়া; শ্যাম
green
- ছমহীয়াchamahīẏāNoun
মৱত্যুৰ ছমাহ পাছত কৰা মৱতকৰ শৰাধ আদি
the ceremonies performed six months after the death of a person in his honour
- ছলনাকাৰীso.lo.na.ka.riProper Adj.
প্ৰকৃত বা সঁচা বুলি দাবী কৰা, কিন্তু দৰাচলতে তেনে নোহোৱা
claimed to be from the original sources, but actually not
- ছলাহীAdjective
বঞ্চক
deceitful
- ছলি হেনso.li henProper Adj.
শিশুৰ বা শিশু অৱস্থাৰ সৈতে মিলা বা খাপ খোৱা
resembling, suggesting, or appropriate to a child or childhood
- ছলিধৰীয়াAdjective
ল'ৰা-মাইকী
having a child to take care of
- ছলীয়াAdjective
ল'ৰামতীয়া
child-like
- ছহলchahalaAdjective
সুগম; যেনে-"চহল বাট"; ; বেয়া বিধৰ; যেনে-"চহল কাপোৰ"
easy ; of inferior quality
- ছহৰীয়াchaharīẏāNoun
চহৰৰ শান্তি ৰক্ষক; চকীয়াল
a watchman
- ছাই-মুবাchāi-mubāAdjective
মুখত ছাইৰ নিচিনা অৰ্থাৎ ক'লা দাগ থকা
with black or ash-coloured face
- ছাতৰীয়াAdjective
ছাত্ৰ কালৰ; ছাত্ৰ-সম্বন্ধীয়
relating to the students
- ছাদাchādāAdjective
উকা; ফুল নবছা
plain; unadorned
- ছাফchāphaAdjective
পৰিষ্কাৰ, নিৰ্ম্মল।
- ছাফ-চিকুণchāpha-cikuṇaAdjective
পৰিষ্কাৰ-পৰিচ্ছন্ন।
- ছাফাchāphāAdjective
পৰিষ্কাৰ, নিৰ্ম্মল।
- ছাবমসীchābamasīAdjective
ছাৰখাৰ; যেনে-"লঙ্কাখান পুৰিবা কৰিলো ছাৰমসী" (মা. ক., সুন্দৰাকাণ্ড)।