কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকু-টোকাAdjective
চকুচৰহা; পৰৰ উন্নতি দেখি চকুৰ পানী টোকা; পৰশ্ৰীকাতৰ
envious
- চকু-লোবাAdjective
গঁঠীয়া; বেছি গাঁঠি লগা (বাঁহ)।
- চকুচৰহাso.ku so.ro.haProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- চকুঢৰহাNoun
মানুহৰ চকুত সোমাই দুখ দিয়া এবিধ উৰি ফুৰা সৰু পোক
a small insect which gets into the eyes
- চকুত পৰাso.kut.po.raVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকুত লগাso.kut lo.gaVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকুপোৰাso.ku.po’.raAdjective Adj.
আনৰ শ্ৰী অৰ্থাৎ উন্নতি বা ভাল (হোৱা) দেখিব নোৱৰা৷
somebody who is jealous or unhappy when s/he finds that somebody else has achieved something or done something good.
- চকুবাcakubāAdjective
চকু থকা; আখি থকা
knotted; full of joints
- চকুলগাso.ku.lo.gaProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- চকুৰোৱাso.ku.ro`.waProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- চকুৱাso.ku.waProper Adj.
আখি বা গাঁঠি থকা
any particular object full of knots
- চক্চকীয়াcakcakīẏāAdjective
উজ্জ্বল; জিলিকা; তিৰ্বিৰীয়া
glittering; glossy
- চক্মকীয়াAdjective
ওলায়েই তত্ক্ষণাৎ মাৰ যোবা
flashing
- চক্ষso.khyoProper Adj.
পোহৰ শক্তি চকুত পৰাৰ ফলত সৃষ্টি হোৱা সংবেদন বা প্ৰতিচ্ছৱি সম্পৰ্কীয়
pertaining to images formed or sensation caused by light energy falling on the eye.
- চক্ষু-গোচৰAdjective
যিটো দেখা যাব।
- চক্ৰলেখিতsok.ro.le.khitVerbal Adj.
চক্ৰলেখন পদ্ধতিৰে লিখিত কোনো বস্তু ৷
Something (a stencil) that has been printed by cyclostyle.
- চক্ৰাকাৰcakrākāraAdjective
চক্ৰৰ আকাৰ; ঘূৰণীয়া; মণ্ডলাকাৰ
circular
- চক্ৰাকৃতিsok.ra.kri.tiProper Adj.
বৃত্তৰ নিচিনা আকাৰৰ; বৃত্তীয় বা সৰ্পিল পথেৰে গতি কৰা বা বৰ্ণনা কৰা
having the form of a circle; moving in or describing a circle or spiral
- চক্ৰাকৱতিcakrākawatiAdjective
চক্ৰৰ আকাৰ; ঘূৰণীয়া; মণ্ডলাকাৰ
circular
- চক্ৰান্তমূলকsokranto.mulakProper Adj.
কোনো অসৎ বা অন্যায় গোপন পৰিকল্পনাৰ সৈতে জড়িত
related to secretly planning something illegal or bad